দিল্লী বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব NIAক অৰ্পণ
দিল্লী বিস্ফোৰণত নিহতৰ সংখ্যা ১২জন লৈ বৃদ্ধি।
গুৰুতৰভাৱে আহত ২০ জন লোক।
চিকিৎসাধীন DNA পৰীক্ষাৰে সম্পন্ন হ’ব।
নিহতসকলৰ মৃতদেহ চিনাক্ত।
দিল্লী বিস্ফোৰণৰ তদন্তৰ দায়িত্ব NIAক অর্পণ কৰা হৈছে।
গৃহ মন্ত্ৰালয়ে তদন্তৰ দায়িত্ব নিয়াক অৰ্পণ।
দিল্লী বিস্ফোৰণৰ ঘটনাত পুলৱামা লিংক
বিস্ফোৰণৰ পিছতে শংকিত পাকিস্তানৰ পেট্ৰ’লিং।















