• Home
  • দেশ
  • বৰ্তমানেও জীয়াই আছে প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ
Image

বৰ্তমানেও জীয়াই আছে প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ

বলীউডৰ জনপ্রিয় প্রবীণ অভিনেতা ধৰ্মেন্দ্রৰ দেহাৱসান বুলি ভুৱা খবৰ প্ৰচাৰ হৈছিল

৮৯ বছৰীয়া প্ৰখ্যাত অভিনেতাগৰাকী চিকিৎসাধীন হৈ আছে মুম্বাইৰ ব্ৰীছকেণ্ডি হাস্পতালত।

প্ৰিয় অভিনেতাগৰাকীৰ বিয়োগৰ খবৰ দেশজুৰি প্ৰচাৰ হৈছিল।

৩০০ৰো অধিক ছবিত অভিনয় কৰিছে ধর্মেন্দ্ৰই।

তেওঁ স্বাস্থ্য বুজ ল’বলৈ কালি দিনটোত বহু বলীউদৰ ৰথী-মহাৰথীৰ আগমণ হৈছিল চিকিৎসালয়লৈ।

আনহাতে অভিনেতাগৰাকীৰ পত্নী হেমা মালিনীয়ে তেওঁৰ মৃত্যুৰ খবৰ ভুৱা বুলি সামাজিক মাধ্যমত জনাই

বৰ্তমানেও সুস্থ অৱস্থাত প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ।

মৃত্যুৰ খবৰৰ ভুৱা বাতৰি প্ৰচাৰক লৈ সৰৱ হেমা মালিনী আৰু কন্যা ঈষা দেৱল

Releated Posts

পশ্চিম বংগত আৰম্ভ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

পশ্চিম বংগত আৰম্ভ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ১৪২টা সমষ্টিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পুৱা ৭ বজাৰ লগে লগে…

ByByMahesh Malakar Apr 29, 2026

বিজেপিত যোগদান কৰিয়েই বিস্ফোৰণ ৰাঘৱ চাদ্দাৰ

বিজেপিত যোগদান কৰিয়েই বিস্ফোৰণ ৰাঘৱ চাদ্দাৰ ‘অৰবিন্দ কেজৰিৱাল স্বাৰ্থপৰ মানুহ’ ‘মই এজন ভাল মানুহ ভুল দলত আছিলো’ ‘নিজৰ…

ByByMahesh Malakar Apr 27, 2026

বিজেপিত যোগদান কৰিব ৰাঘৱ চাদ্দাই

বিজেপিত যোগদান কৰিব ৰাঘৱ চাদ্দাই শীঘ্ৰেই গেৰুৱাবসণ পিন্ধিবলৈ সাজু ৰাঘৱ চাদ্দা দিল্লীৰ ৰাজনীতিত মহাবিস্ফোৰণ সংবাদমেল পাতি আনুষ্ঠানিক ঘোষণা…

ByByMahesh Malakar Apr 24, 2026

পশ্চিমবংগ আৰু তামিলনাডুত এইবাৰ কোনে গঠন কৰিব চৰকাৰ?

পশ্চিমবংগ আৰু তামিলনাডুত এইবাৰ কোনে গঠন কৰিব চৰকাৰ? আজি পশ্চিমবংগ আৰু তামিলনাডুত হাইভল্টেজবিধানসভা নিৰ্বাচন কটকটীয়া নিৰাপত্তাৰ মাজেৰে ভোটগ্ৰহণ…

ByByMahesh Malakar Apr 23, 2026
Scroll to Top