নিবনুৱাৰ সংখ্যাই ভংগ কৰিছে সৰ্বকালৰ অভিলেখ
ৰাজ্যত মুঠ পঞ্জীয়নভুক্ত নিবনুৱা ৩৬,৪৬,৬৯৫ গৰাকী
৩৬ লাখ নিবনুৱাৰ ২১ লাখ পুরুষ, ১৫ লাখ মহিলা
২০২৩ত অসমত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল ২১ লাখ
২০২১ত আছিল ২২ লাখ ১২৫ গৰাকী
২০২০ত ২০ লাখ ৮০ হাজাৰ ৭৬৭ গৰাকী
২০১৯ত ২০,৪৭,১৯৫ গৰাকী আছিল নিবনুৱাৰ সংখ্যা