গোৱালপাৰাত বিষ্ণুযজ্ঞসহ মেলা মহোৎসৱৰ আয়োজন…

গোৱালপাৰাত বিষ্ণুযজ্ঞসহ মেলা মহোৎসৱৰ আয়োজন

৯ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই মহোৎসৱ

মহোৎসৱৰ বাবে সাজু শ্ৰীশ্ৰী সূৰ্য পাহাৰ মহাপীঠস্থান পৰিচালনা সমিতি

লাখ লাখ ভক্তক আদৰিবলৈ পৰিচালনা সমিতিয়ে চলাইছে প্ৰস্তুতি