• Home
  • অসম
  • জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত ব্যৱহৃত ইটা যোগান ধৰিলে মৰিগাঁৱৰ এগৰাকী যুৱতীয়ে

জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত ব্যৱহৃত ইটা যোগান ধৰিলে মৰিগাঁৱৰ এগৰাকী যুৱতীয়ে

জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত ব্যৱহৃত ইটা যোগান ধৰিলে মৰিগাঁৱৰ এগৰাকী যুৱতীয়ে।

মৰিগাঁৱৰ এগৰাকী ২২ বছৰীয়া যুৱতী। নাম চুম্পি দেৱী। জুবিন গাৰ্গৰ অনুৰাগী চুম্পি দেৱী।

এগৰাকী সফল ব্যৱসায়ী চুম্পি দেৱী। তেওঁৰ আছে নিজা এটা ইটা ভাটা। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত নিজৰ BNB ইটা ভাটাৰ পৰা বিনামূলীয়াকৈ যোগান ধৰিলে সমাধিক্ষেত্ৰত ব্যৱহৃত ইটা। যাৰ বাবে এতিয়া চৰ্চালৈ আহিছে অসমীয়া যুৱতীগৰাকী।

Releated Posts

নিশা স্বামীহাৰা মহিলাক ফোন কৰি অৰুণোদয়, উদ্যমিতা কৰ্তনৰ ভাবুকি বিজেপি নেতাৰ

নিশা স্বামীহাৰা মহিলাক ফোন কৰি অৰুণোদয়, উদ্যমিতা কৰ্তনৰ ভাবুকি বিজেপি নেতাৰ বিজেপি কাৰ্যালয়ৰ পৰা ফোন কৰা বুলি উল্লেখ…

ByByMahesh Malakar Apr 12, 2026

জাগীৰোডত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীভৰ্তি ট্ৰেভেলাৰ

জাগীৰোডত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীভৰ্তি ট্ৰেভেলাৰ গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী ট্ৰেভেলাৰৰ সৈতে ভুল দিশেৰে অহা ট্ৰাকৰ মুখামুখি সংঘৰ্ষ…

ByByMahesh Malakar Apr 12, 2026

ডিব্ৰুগড়ৰ চাউলখোৱাত ভ*য়ং*কৰ গু*লী*চা*ল*নাৰ ঘটনা

ডিব্ৰুগড়ৰ চাউলখোৱাত ভয়ংকৰ গুলীচালনাৰ ঘটনা দিন-দুপৰতে কোনে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড? দুৰ্বৃত্তৰ গুলীত আহত এজন লোক গুলীবিদ্ধ লোকজন…

ByByMahesh Malakar Apr 11, 2026
Scroll to Top