মানকাচৰত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রী
হাটশিঙিমাৰী পিপুলবাৰী গাঁৱত আৰক্ষীৰ অভিযানত জব্দ সামগ্রীখিনি
আকবৰ আলী নামৰ এজনৰ ঘৰৰ পৰা জব্দ বিস্ফোৰকখিনি
মোস্তাফা ৰহমান নামৰ আন এজনো জড়িত এই সামগ্ৰী সৰবৰাহত
বর্তমান পলাতক অবস্থাত আছে মোস্তাফা ৰহমান
৭/৮ মাহ পূর্বে ভুৰাকাটা গাঁৱৰ এজন লোকৰ ঘৰত লুকুৱাই ৰাখিছিল সামগ্রীখিনি
ৰেজাউল কৰিম নামৰ লোকজনৰ ঘৰত পূৰ্বে লুকুৱাই ৰখা হৈছিল সামগ্রীখিনি
বিস্ফোৰক সামগ্ৰীৰে জড়িত ইজাজুল মিঞা, আক্রামু জামান নামৰ দুজনক প্ৰেৰণ জে’ললৈ
আৰক্ষীৰ অভিযানত জব্দ প্রায় ৫০০ বিধ বিস্ফোৰক