• Home
  • অসম
  • ACS নূপুৰ বৰাৰ SBIৰ বৰপেটাৰোড শাখাৰ ল’কাৰৰ পৰা জব্দ ২৩ লাখ ৭৫ হাজাৰ টকা
Image

ACS নূপুৰ বৰাৰ SBIৰ বৰপেটাৰোড শাখাৰ ল’কাৰৰ পৰা জব্দ ২৩ লাখ ৭৫ হাজাৰ টকা

ACS নূপুৰ বৰাৰ ল’কাৰৰ পৰা জব্দ ২৩ লাখ ৭৫ হাজাৰ টকা।

SBIৰ বৰপেটাৰোড শাখাৰ ল’কাৰৰ পৰা জব্দ ধনখিনি।

তদন্তকাৰী দলে জব্দ কৰিছে ধনখিনি।

নূপুৰ বৰাক লগত লৈ অভিযান চলাইছিল CM ভিজিলেন্সে।

ACS নূপুৰ বৰাক ৩ দিনৰ জিম্মাত লৈ অভিযান চলাইছে CM ভিজিলেন্সে।

নূপুৰ বৰাসহ ভিজিলেন্সৰ জিম্মাত লাট মণ্ডল সুৰজিৎ ডেকাও।

নূপুৰ বৰাক লগত লৈ বৰপেটালৈ গৈছিল CM ভিজিলেন্সৰ দল।

ACS নূপুৰ বৰা আৰু লাট মণ্ডল সুৰজিৎ ডেকাৰ বাসগৃহত অভিযান চলাই হতচকিত হৈছিল তদন্তকাৰী দল।

উল্লেখযোগ্য যে, চাকৰি কালত ৬টা বছৰত নূপুৰ বৰাই দৰমহা হিচাপে লাভ কৰিছিল ৪৫ লাখ টকা।

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top