• Home
  • অপৰাধনামা
  • দিল্লী বিস্ফোৰণক লৈ সামাজিক মাধ্যমত সন্তুষ্টি প্ৰকাশ কৰা ১৫ জনক গ্ৰেপ্তাৰ
Image

দিল্লী বিস্ফোৰণক লৈ সামাজিক মাধ্যমত সন্তুষ্টি প্ৰকাশ কৰা ১৫ জনক গ্ৰেপ্তাৰ

দেশৰ ৰাজধানী দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত ভয়ংকৰ বিস্ফোৰণৰ তদন্ত দেশজুৰি অব্যাহত আছে। ইয়াৰ মাজতে সন্ত্রাসবাদীৰ এনে কাৰ্যত প্রত্যক্ষ আৰু পৰোক্ষভাৱে সমর্থন জনোৱাৰ অভিযোগ উঠিছে অসমৰ একাংশ লোকৰ বিৰুদ্ধে।

এনে সকল লোকে সামাজিক মাধ্যমত নিজৰ সন্তষ্টি প্ৰকাশৰে কেতবোৰ বিতৰ্কিত মন্তব্য কৰি আহিছে। এই সকল লোকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কঠোৰস্থিতি লোৱাৰ ইংগিত দিয়াৰ পিছতে মঙলবাৰৰ পৰা ৰাজ্যজুৰি আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ১৫ জন লোকক ৷ যোৱা তিনিদিনত গ্ৰেপ্তাৰ কৰা মুঠ লোকৰ সংখ্যা ৩৪ জন

আজি মুখ্যমন্ত্ৰীয়ে ছ’চিয়েল মেডিয়াৰ জৰিয়তে আটকাধীন লোক কেইজনৰ নাম সদৰি কৰিছে I লোক কেইজন হ’ল ১.ৰফিজুল আলী (বঙাইগাঁও), ২.ফৰিদ উদ্দিন লস্কৰ (হাইলাকান্দি)
৩.ইনামুল ইছলাম (লখিমপুৰ),৪.ফিৰুজ আহমেদ ওৰফে পাপন (লখিমপুৰ), ৫.শ্বাহিল শ্বোমান ছিকদাৰ ওৰফে শ্বাহিদুল ইছলাম (বৰপেটা),৬.ৰকিবুল চুলতান (বৰপেটা),৭.নছিম আক্ৰাম (হোজাই),৮.তাছলিম আহমেদ (কামৰূপ) আৰু ৯.আব্দুৰ ৰোহিম মোল্লা ওৰফে বাপ্পী হুছেইন (দক্ষিণ ছালমাৰা ৷

Releated Posts

জুবিনক্ষেত্ৰৰ চাফাই কৰ্মীলৈ বিশেষ অনুদান ৰাজ্য চৰকাৰৰ

জুবিনক্ষেত্ৰৰ চাফাই কৰ্মীলৈ বিশেষ অনুদান ৰাজ্য চৰকাৰৰ২১জন চাফাই কৰ্মীক প্ৰদান কৰা হ’ব ২৫ হাজাৰকৈ টকামুখ্যমন্ত্ৰীৰ নিৰ্দেশত গ্ৰহণ কৰা…

ByByMahesh Malakar Jul 6, 2026

নাতি কেতন আগৰৱাল মৃ*ত্যুৰ খবৰ সহ্য কৰিব নোৱাৰি প্ৰাণ হেৰুৱালে কেতনৰ ককাদেউতাকে

নাতি কেতন আগৰৱাল মৃ*ত্যুৰ খবৰ সহ্য কৰিব নোৱাৰি প্ৰাণ হেৰুৱালে কেতনৰ ককাদেউতাকে দেৱীচান্দ আগৰৱালেও ইহলীলা সম্বৰণ কৰে নাতিয়েকক…

ByByMahesh Malakar Jul 5, 2026

আমিৰ খানৰ বাসগৃহত বিয়াৰ ৰমক জমক

তৃতীয় বাৰলৈ হিন্দু মহিলাৰ সৈতে নিকাহত বহিল আমিৰ খান ৬১ বছৰ বয়সত বান্ধৱী গৌৰী স্প্রাটৰ সৈতে নিকাহত বহিল…

ByByMahesh Malakar Jul 5, 2026

ৰাম মন্দিৰৰ পিছত এইবা কেদাৰনাথ আৰু বদ্ৰীনাথ ধামৰ দনপাত্ৰতো চোৰৰ চকু

ৰাম মন্দিৰৰ পিছত এইবা কেদাৰনাথ আৰু বদ্ৰীনাথ ধামৰ দনপাত্ৰতো চোৰৰ চকু ৰাম মন্দিৰৰ চুৰি কাণ্ডই সমগ্ৰ দেশ জোকাৰি…

ByByMahesh Malakar Jul 4, 2026
Scroll to Top