ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে ভাল খবৰ ,দৰিদ্ৰ লোকে লাভ কৰিব ২ লাখকৈ টকা এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে ভাল খবৰ ,দৰিদ্ৰ লোকে লাভ কৰিব ২ লাখকৈ টকা এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কেনেকৈ পাব ২লাখকৈ টকা?২লাখকৈ টকা পাবলৈ মানিব লাগিব ১০টা নিয়ম,নগৰ-চহৰত থকা দৰিদ্ৰ লোকে পাব ২লাখকৈ টকা আৰু নগৰাঞ্চলৰ দৰিদ্ৰ লোকেও লাভ কৰিব বাসগৃহ,প্ৰতিজন দৰিদ্ৰ লোকক ঘৰ বনাবলৈ ২লাখকৈ টকা দিব চৰকাৰে,প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে পাব এই ধন,বস্তি অঞ্চলৰ বাসিন্দাই পাব ঘৰ বনাবলৈ ২লাখকৈ টকা আৰু প্রয়োজন হ’ব ঘৰৰ মুৰব্বীৰ ফটো লগতে লাগিব পৰিয়ালৰ সকলো সদস্যৰ ভোটাৰ কাৰ্ড লাগিব দিব লাগিব মোবাইল নম্বৰ আৰু লাগিব ঘৰৰ মুৰব্বীৰ বেংক পাছবুক নম্বৰ।