ৰঙিয়াৰ বালিসত্ৰ অঞ্চলবাসীৰ আৰ্থিক লেন দেনৰ সুবিধাৰ্থে মুকলি হ’ল বেংকিং গ্ৰাহক সেৱা কেন্দ্ৰ । হৃষিকেশ গোস্বামী নামৰ উদ্যমী যুৱকজনে অঞ্চলবাসী ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে ব্যৱসায়িক প্ৰতিষ্ঠানত সংযোজন কৰে

এয়াৰটেল পেমেণ্ট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰটি ।গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত স্থানীয় যুৱ সমাজসেৱী জয়ন্ত মাধৱ দাস উপস্থিত থাকি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ।