লৰেন্স বিষ্ণইৰ দলে গুলীয়াই হত্যা কৰাৰ সন্দেহ ।
এখন বাহনেৰে আহি ৩ দুবৃৰ্ত্তই গুলীচালনা কৰে বাবা ছিদ্দিকীক ।
১৫ দিন পূৰ্বে বাবা ছিদ্দিকীয়ে অজ্ঞাত লোকৰ পৰা পাইছিল হত্যাৰ ভাবুকি ।
ইতিমধ্যে মহাৰাষ্ট্ৰৰ আৰক্ষীয়ে আটক কৰিছে দুই অভিযুক্তক ।
ধৃত দুই অভিযুক্ত কৰ্নাইল সিং আৰু ধৰম সিং কাশ্যপ বুলি জানিব পৰা গৈছে ।
দুই অভিযুক্তৰ ঘৰ উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাত ।
