বাক্সা জিলাত শিক্ষকৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ
সহকাৰী শিক্ষক গুণগোবিন্দ ডেকাৰ বিৰুদ্ধে গোচৰ
দীঘেলী আৰ ডি বি মিলন হাইস্কুলৰ শিক্ষক গুণগোবিন্দ ডেকা
শিক্ষকজনৰ বিৰুদ্ধে বৰমা থানাত POCSOৰ অধীনত গোচৰ ৰুজু