পবিত্ৰ ঈদ উল ফিটৰদক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ হালিগাঁওত উদযাপন…

আজি পবিত্ৰ ঈদ উল ফিটৰদক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ হালিগাঁও- সৰপাৰা ঈদগাহ ময়ডামত উদযাপন ঈদ উল ফিটৰ আজি পবিত্ৰ ঈদ উল ফিটৰ সমগ্ৰ বিশ্ব তথা ৰাজ্যত এমাহযোৰা ৰোজাৰ অন্তত উদযাপন কৰা হল।

ইছলাম ধৰ্মালম্বী উৎসৱ ঈদ উল ফিটৰ ইয়াৰ সমান্তৰাল ভাৱে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ হালীগাঁও- সৰপাৰা ঈদগাহ ময়ডামতো ইছলাম ধৰ্মালম্বী ৰাইজৰ মাজত উদযাপন কৰা হ’ল পবিত্ৰ উৎসৱ ঈদ উল ফিটৰ৷ প্ৰায় ১২ ৰ পৰা ১৫ হাজাৰ ইছলাম ধৰ্মালম্বী ৰাইজ একত্ৰিত হৈ আল্লাৰ ওচৰত বিশ্ব তথা ৰাজ্যৰ জনগনৰ শান্তিৰ বাবে জনালে দোৱা৷