নৈৰ বুকুত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ…

টিপকাই নৈত ওপঙি থকা অৱস্থাত প্রত্যক্ষ কৰে স্থানীয় । ৰাইজে প্রাতঃ ভ্ৰমণ কালত ভৰি পিছলি নদীত পৰি মৃত্যুৰ সন্দেহ। মৃত্যু হোৱা মহিলাগৰাকী আঠানি গাঁৱৰ তান্দ্রা ভাট্টাচার্য বুলি চিনাক্ত । ঘটনাস্থলীত উপস্থিত গৌৰীপুৰৰ আঠানি আৰক্ষী।