নতুন বিপদৰ সন্মুখীন মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং।

১৯ গৰাকী বিজেপি বিধায়কৰ অনাস্থা প্ৰকাশ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বিসম্বাদী বিধায়কৰ পত্ৰ প্ৰেৰণ।
শীঘ্ৰে বীৰেন সিঙক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰোৱাৰ দাবী।
শান্তি ঘূৰাই অনাত ব্যৰ্থ হোৱাৰ অভিযোগত এন বীৰেন সিঙৰ বিৰুদ্ধে
মেইটেই, কুকি আৰু নগা জনগোষ্ঠীৰ বিধায়কে প্ৰেৰণ কৰিছে পত্ৰ।
মণিপুৰ বিধানসভাৰ অধ্যক্ষ টি সত্যব্ৰত সিঙৰ নেতৃত্বত বিসম্বাদ।
প্ৰধানমন্ত্ৰীলৈ ৬ পৃষ্ঠাজোৰা পত্ৰ প্ৰেৰণ ।
পত্ৰখনত স্বাক্ষৰ কৰিছে কেইবাগৰাকীও মন্ত্ৰীয়ে।
মণিপুৰ বিধানসভাত আছে ৩২গৰাকী বিজেপি বিধায়ক।