ডিগবৈ শোধনাগাৰৰ নতুন প্ৰকল্পত শিল যোগান ধৰাকলৈ দুটা ফৈদৰ মাজত তুমুল সংঘাত।দুয়ো পক্ষই দিলে পৃথকে পৃথকে ডিগবৈ আৰক্ষী থানাত গোচৰ।
সমগ্ৰ ঘটনাটোক লৈ এ অ’ ডি ঠিকাদাৰ সংস্থাৰ সংবাদ মেল সম্বোধন।পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ঘটনাৰ মূল কোন দিশে লয়।
দুয়ো পক্ষই দিলে পৃথকে পৃথকে ডিগবৈ আৰক্ষী থানাত গোচৰ।

সমগ্ৰ ঘটনাটোক লৈ এ অ’ ডি ঠিকাদাৰ সংস্থাৰ সংবাদ মেল সম্বোধন।
পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ঘটনাৰ মূল কোন দিশে লয়।