ছিপাঝাৰৰ শিঙিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত একেলগে দুর্ঘটনাগ্রস্ত ৩ খনকৈ বাহন
মেক্সিম’, বলেৰ’ পিকআপ আৰু ছুইফট বাহনৰ সংঘৰ্ষ
দুর্ঘটনাত আহত হৈছে মেক্সিম’ বাহনত থকা ১৫ গৰাকী ছাত্র-ছাত্রী দুর্ঘটনাত আহত হৈছে
আন দুখন বাহনত থকা ৪ গৰাকী আবোহীও