ৰাজ্যত সকলোবোৰ হোটেলত গো-মাংস নিষিদ্ধ কৰাৰ পিছতেই ভিন্ন ব্যক্তিৰ ভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ পাই আহিছে। সমান্তৰাল ভাৱে শুকুৰ আলীয়ো ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। চাওঁকচোন শুকুৰে কি ক’লে এই সন্দৰ্ভত।
আইন সকলোৰে বাবে সমান:- শুকুৰ আলী
মুখ্যমন্ত্ৰীয়ে যি কয় সেইটোৱেই হয়:- শুকুৰ আলী
মুখ্যমন্ত্ৰীয়ে যদি আইন নামানে ক’ৰ্ট উঠাই দিব লাগে:- শুকুৰ আলী
গুৱাহাটী খনত যিহেতু হিন্দু আৰু মুছলমান মানুহে একলগে বসবাস কৰি আছে । গুৱাহাটীৰ বজাৰত কিছু-কিছু ঠাইত গো মাংস মুক্ত ভাৱে বিক্ৰী কৰি আছে সেইবোৰ বন্ধ কৰিব লাগে :-শুকুৰ আলী
লগতে গনেশগুৰি, কাহিলীপাৰা অঞ্চলত মুক্ত ভাৱে গাহৰী মাংস বিক্ৰী কৰি আছে সেইবোৰ বন্ধ কৰিব লাগে:- শুকুৰ আলী
গো মাংস মুছলমান মানুহে খায় গতিকে এয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ:- শুকুৰ আলী
আমি কেতিয়াও এইবোৰ মানি নলও:- শুকুৰ আলী
গাহৰি মাংস বিক্ৰী বন্ধ হ’ব লাগে:- শুকুৰ আলী