ৰাভা হাচঙ স্বায়ত্ত শাসিত নিৰ্বাচত NDA ভাল ফলাফল লাভ কৰিব।যৌথ মঞ্চই ১০০ শতাংশ আসনতে জয়লাভ কৰিব। সমাগত ৰঙালী বিহুত ৭ বিহুলৈকে হিন্দী নাগায় অসমীয়া গান গাবলৈ শিল্পীলৈ আহ্বান জনায়। বিধায়ক ভৱেশ কলিতাই।গোৰেশ্বৰত তিনি দিনীয়াকৈ অনুষ্ঠিত হোৱা বিহু সুৰক্ষা সমিতি অসমৰ সপ্তম দ্বি-বাৰ্ষিকৰ সোমবাৰে অনুষ্ঠিত অন্তিম দিনাৰ

মুকলি সভাত উপস্থিত থাকে বিধায়ক ভৱেশ কলিতাই।বিধায়ক গৰাকীয়ে ভাষণত যি মানসীকতাৰে অধিৱেশন পাতিছে গোৰেশ্বৰত ইয়াৰ জৰিয়তে এটি বাৰ্তা যাব আৰু বিহু সুৰক্ষা আৰু গৰিমা কৰিব বুলি আশা প্ৰকাশ কৰে।ভাষণৰ অন্তত মঞ্চত বিহু গানো পৰিৱেশন কৰে বিধায়ক গৰাকীয়ে।