আজি গোভা দেওৰজাৰ উৰুকা আৰু জোনবিল মেলাৰ অন্তিম দিন ।
জোনবিল মেলাৰ লগত সংগতি ৰাখি গোভা দেওৰজাৰ উৰুকা উপলক্ষে জাগীৰোডৰ অৰম বিলত অনুষ্ঠিত হয় সমূহীয়া মাছ ধৰা পৰ্ব ।
মৰিগাঁও,নগাঁও, কামৰূপ আৰু কাৰ্বি-আংলং জিলাৰ বিভিন্ন স্থানৰ পৰা অহা লোকেৰে ভৰি পৰিল অৰম বিলৰ পাৰ ।