• Home
  • অসম
  • বিজেপিয়ে নহয়, ৪মে’ত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে
Image

বিজেপিয়ে নহয়, ৪মে’ত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে

বিজেপিয়ে নহয়, ৪মে’ত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে

১০০খন নহয়,মাত্ৰ ৪০খন আসনহে পাব বিজেপিয়ে

২০২১ৰ দৰে ভুল প্ৰমাণিত হ’ব EXIT POLL

২১ত মুখ্যমন্ত্ৰীয়ে ১০০খন আসন কাম বুলি পাইছিল মাত্ৰ ৬০খন আসন

এইবাৰ চাইলেণ্ট ভোটাৰে ল’ব বিশেষ ভূমিকা

EXIT POLLক লৈ ক্ষোভ ৰকিবুল হুছেইনৰ

লগতে ১৭ চি নং ফৰ্মৰ বিসংগতি থকাৰ অভিযোগ ৰকিবুল হুছেইনৰ

নিৰ্বাচন আয়োগক ভালকৈ ভোট গণনা কৰিবলৈ আহ্বান সাংসদ ৰকিবুল হুছেইনৰ

Releated Posts

ৰাজ্যবাসীক উৎকট গৰমে দহি থকাৰ সময়তে

ৰাজ্যবাসীক উৎকট গৰমে দহি থকাৰ সময়তে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা বৰষুণ সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ধুমুহা…

ByByMahesh Malakar May 23, 2026

মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে দেশবাসীক

মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে দেশবাসীক মূল্যবৃদ্ধিক লৈ এফালে প্ৰতিবাদ আৰু আনফালে আকৌ বৃদ্ধি পেট্ৰল ডিজেলৰ মূল্য দেশত পুনৰ…

ByByMahesh Malakar May 23, 2026

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাবুকি দি আৰক্ষীৰ জালত প্ৰাক্তন বিধায়ক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাবুকি দি আৰক্ষীৰ জালত প্ৰাক্তন বিধায়ক নিশা বাসগৃহ চাৰিওফালে আৰক্ষী ঘেৰাও কৰি কৰায়ত্ত কৰে…

ByByMahesh Malakar May 23, 2026

ঈদৰ প্ৰাকমুহূৰ্তত কোৰবাণীক লৈ বৃহৎ সিদ্ধান্ত

ঈদৰ প্ৰাকমুহূৰ্তত কোৰবাণীক লৈ বৃহৎ সিদ্ধান্ত ধুবুৰী জিলাত সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কোৰবাণী এইবাৰ ঈদত কোনেও নিধন কৰিব নোৱাৰিব…

ByByMahesh Malakar May 22, 2026
Scroll to Top