জাপানৰ আগশাৰীৰ ছেমিকণ্ডাক্টৰ নিৰ্মাতা ৰেনেছাছ ইলেক্ট্রনিকছৰ উপাধ্যক্ষ চাৰ্লছ কাৱাছিমাৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক। জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্রকল্পই দৈনিক ৪৮ নিযুত চিপ উৎপাদনৰ লক্ষ্যৰে কাম কৰিব যাৰ ফলত অসম চিপ যোগানৰ দিশত এক বিশ্বব্যাপী কেন্দ্ৰ হৈ পৰিব।


All reactions:
4747