ৰূপহীহাটৰ লাওখোৱাৰ তিনিআলিত অগ্নিকাণ্ড…

ৰূপহীহাটৰ লাওখোৱাৰ তিনিআলিত অগ্নিকাণ্ড

হেমন্ত বৰা নামৰ লোকজনৰ ঘৰত লাগিল জুই

হেমন্ত বৰাই নিজেই অগ্নিসংযোগ কৰাৰ অভিযোগ

পত্নী, কন্যাক আবদ্ধ কৰি অগ্নিসংযোগৰ গুৰুতৰ অভিযোগ

অগ্নিকাণ্ডৰ পাছতেই পলায়ন হেমন্ত বৰাৰ