মদৰ ৰাগিত মাতাল হৈ চাহ জনগোষ্ঠীৰ বিজয় বাগ নামৰ ব্যক্তিজনে নিজৰ পত্নী আৰু নিজৰ কন্যাক মাৰধৰ কৰি খেদি পঠাই ঘৰ জ্ব*লা*ই দিয়া খবৰে অঞ্চলটোত চা*ঞ্চ*ল্য*ই বিৰাজ কৰিছে।প্ৰাপ্ত খবৰ মতে মাৰ্ঘেৰিটাৰ দিহিং চাহ বাগিছাৰ ১২ নম্বৰ লাইনৰ পথাৰবস্তিত এই অ*গ্নি*কা*ণ্ড সংঘটিত হয়।

অ*গ্নি*কা*ণ্ড*ত সম্পূৰ্ণৰূপে জ্বলি ভ*ষ্মি*ভু*ত এটা বাসগৃহটো।স্থানীয় ৰাইজ,অ*গ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ সহযোগত তৎপৰতাত জু*ই নিৰ্বাপন কৰা হয়।ৰাইজৰ তৎপৰতাত ভ*য়ং*ক*ৰ বিপদৰ পৰিল কাষতে থকা বাসগৃহ।মাৰ্ঘেৰিটাৰ আৰক্ষীয়ে মদৰ ৰাগিত মাতাল বিজয় বাগক আটক কৰিবলৈ সক্ষম হয়। গৃহহীন হৈ বিজয় বাগৰ পত্নী আৰু কণমানি কিশোৰী সম্প্ৰতি বিপাঙত পৰিছে।