গুৱাহাটী মহানগৰীত এইবাৰ গঁড়ৰ মুক্ত বিচৰণ…

গুৱাহাটী মহানগৰীত এইবাৰ গঁড়ৰ মুক্ত বিচৰণ

নুনমাটি থানাৰ অন্তৰ্গত নাৰেংগীৰ চপাইডঙত দুটাকৈ গঁড়ৰ বিচৰণ

দুদিন ধৰি চপাইডঙত মুক্ত বিচৰণ কৰি আছে গঁড় দুটাই আতংকিত অঞ্চলবাসী

ঘটনাস্থলীত উপস্থিত বন বিভাগৰ লোক বন বিভাগৰ লোকে

প্রত্যক্ষ কৰিছে গঁড়ৰ ভৰিৰ চিহ্ন আৰু গোবৰ

কিন্তু গঁড় দুটা কোন স্থানত অবস্থান কৰি আছে সেয়া এতিয়াও নিশ্চিত কৰিব পৰা নাই