• Home
  • অসম
  • কবিতাৰ মাজতে প্ৰাণ পাই উঠিছে জুবিন
Image

কবিতাৰ মাজতে প্ৰাণ পাই উঠিছে জুবিন

কবিতাৰ মাজতে প্ৰাণ পাই উঠিছে জুবিন । খোল খাইছে জুবিন বিহীন সময়ৰ অনুভৱৰ দুৱাৰ। শব্দৰ চতৈন্যৰ মাজত জী উঠা এই অনুভৱত আছে বিশ্বাসৰ দলিছাৰে গঠা প্ৰেমৰ আকাশ। বিলীন হৈ আছে তেওঁ জুবিনৰ মাজতে চিৰ দিনৰ বাবে। নিগৰি আহিছে জুবিনৰ হৃদয়ৰ পৰা তেওঁৰ হৃদয়লৈ অগণন শব্দ। গৰিমাই লিখিছে –

তোমাৰ কলিজাত দাগ লাগিব নিদিবা

তাত লুকাই আছে মোৰ অনন্তকালৰ শব্দহীন স্পন্দন

পৃথিৱীৰ প্ৰথম পুৱাৰ পৰা

এতিয়ালৈ নিগৰি অহা

প্ৰত্যকটো কবিতাৰ অস্থিৰ গুঞ্জণ

আৰু সময়ৰ শিলে শিলে সাঁথৰ হোৱা অস্পুট প্ৰেমৰ

অনাবিল ক্ৰন্দন

Releated Posts

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কুংকিৰ মাতৃৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কুংকিৰ মাতৃৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত গোচৰ কুংকিৰ মাতৃ সুজাতা…

ByByMahesh Malakar Apr 13, 2026

নিশা স্বামীহাৰা মহিলাক ফোন কৰি অৰুণোদয়, উদ্যমিতা কৰ্তনৰ ভাবুকি বিজেপি নেতাৰ

নিশা স্বামীহাৰা মহিলাক ফোন কৰি অৰুণোদয়, উদ্যমিতা কৰ্তনৰ ভাবুকি বিজেপি নেতাৰ বিজেপি কাৰ্যালয়ৰ পৰা ফোন কৰা বুলি উল্লেখ…

ByByMahesh Malakar Apr 12, 2026

জাগীৰোডত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীভৰ্তি ট্ৰেভেলাৰ

জাগীৰোডত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীভৰ্তি ট্ৰেভেলাৰ গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী ট্ৰেভেলাৰৰ সৈতে ভুল দিশেৰে অহা ট্ৰাকৰ মুখামুখি সংঘৰ্ষ…

ByByMahesh Malakar Apr 12, 2026

ডিব্ৰুগড়ৰ চাউলখোৱাত ভ*য়ং*কৰ গু*লী*চা*ল*নাৰ ঘটনা

ডিব্ৰুগড়ৰ চাউলখোৱাত ভয়ংকৰ গুলীচালনাৰ ঘটনা দিন-দুপৰতে কোনে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড? দুৰ্বৃত্তৰ গুলীত আহত এজন লোক গুলীবিদ্ধ লোকজন…

ByByMahesh Malakar Apr 11, 2026
Scroll to Top