Image

ছিংগাপুৰত কি হৈছিল জুবিন গাৰ্গৰ সৈতে?

ছিংগাপুৰত কি হৈছিল জুবিন গাৰ্গৰ সৈতে?

মাত্ৰ কেইটামানৰ পাছতে কামৰূপ জিলা মুখ্যন্যায়িক দণ্ডাধীশৰ SITয়ে আদালতত দাখিল কৰিব চাৰ্জশ্বীট

হাজাৰ হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বীটত কি কি তথ্য আছে?

জুবিন গাৰ্গ ঘটনাৰ চাৰ্জশ্বীটত থাকিব নেকি কোনেও নভবা ব্যক্তিৰ নাম?

কোন কোন ব্যক্তি আৰক্ষীৰ ৰাডাৰত?

তদন্তৰ আওতালৈ কোন আহিল কোন সাৰিল?

৩হাজাৰতকৈ অধিক পৃষ্ঠাৰ চাৰ্জশ্বীটত কি কি বিস্ফোৰক তথ্য?

দিনৰ ১১ বজাৰ লগে লগে SIT য়ে দাখিল কৰিব চাৰ্জশ্বীট

Releated Posts

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কুংকিৰ মাতৃৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কুংকিৰ মাতৃৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত গোচৰ কুংকিৰ মাতৃ সুজাতা…

ByByMahesh Malakar Apr 13, 2026

নিশা স্বামীহাৰা মহিলাক ফোন কৰি অৰুণোদয়, উদ্যমিতা কৰ্তনৰ ভাবুকি বিজেপি নেতাৰ

নিশা স্বামীহাৰা মহিলাক ফোন কৰি অৰুণোদয়, উদ্যমিতা কৰ্তনৰ ভাবুকি বিজেপি নেতাৰ বিজেপি কাৰ্যালয়ৰ পৰা ফোন কৰা বুলি উল্লেখ…

ByByMahesh Malakar Apr 12, 2026

জাগীৰোডত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীভৰ্তি ট্ৰেভেলাৰ

জাগীৰোডত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীভৰ্তি ট্ৰেভেলাৰ গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী ট্ৰেভেলাৰৰ সৈতে ভুল দিশেৰে অহা ট্ৰাকৰ মুখামুখি সংঘৰ্ষ…

ByByMahesh Malakar Apr 12, 2026

ডিব্ৰুগড়ৰ চাউলখোৱাত ভ*য়ং*কৰ গু*লী*চা*ল*নাৰ ঘটনা

ডিব্ৰুগড়ৰ চাউলখোৱাত ভয়ংকৰ গুলীচালনাৰ ঘটনা দিন-দুপৰতে কোনে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড? দুৰ্বৃত্তৰ গুলীত আহত এজন লোক গুলীবিদ্ধ লোকজন…

ByByMahesh Malakar Apr 11, 2026
Scroll to Top