• Home
  • অসম
  • NSA শুনানিৰ বাবে আদালতলৈ অনা হয় ভিক্টৰ দাসক
Image

NSA শুনানিৰ বাবে আদালতলৈ অনা হয় ভিক্টৰ দাসক

হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ৰাইজৰ মাজত বিক্ষিপ্ত ঘটনাৰ বাবে উচতনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল সক্ৰিয় সামাজিক কৰ্মী ভিক্টৰ দাস ৷ পৰৱৰ্তী সময়ত দাসৰ বিৰুদ্ধে এনএছএ ধৰা সংযোজিত কৰা হৈছিল।

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা ভিক্টৰ দাসক আজি এনএছএ শুনানিৰ বাবে আদালতলৈ অনা হয় ৷ অৱশ্যে শুনানিৰ অন্তত পুনৰ লৈ যোৱা হয় কেন্দ্ৰীয় কাৰাগাৰলৈ ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আদালতৰ পৰা ওলায় অহা সময়ত বাহিৰত মাতৃক দেখি আৱেগিক হৈ পৰে ভিক্টৰ দাসে I

Releated Posts

অসম গণ পৰিষদৰ ২৬জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা

বোকাখাত সমষ্টিৰ প্ৰাৰ্থী অতুল বৰাকলিয়াবৰ সমষ্টিৰ প্ৰাৰ্থী কেৱশ মহন্তবঙাইগাঁও সমষ্টিৰ প্ৰাৰ্থী দিপ্তীময়ী চৌধুৰীবৰপেটা সমষ্টিৰ প্ৰাৰ্থী দীপক কুমাৰ দাসটিয়ক…

ByByMahesh Malakar Mar 19, 2026

জুবিন গাৰ্গৰ ন্যায় বাবে গঠন হ’ল ফাষ্টট্ৰেক আদালত

জুবিন গাৰ্গৰ ন্যায় বাবে গঠন হ’ল ফাষ্টট্ৰেক আদালত বাক্সা জিলাৰ ন্যায়ধীশ শ্বৰ্মিলা ভূঞা নেতৃত্বত হ’ব ফাষ্টট্ৰেক প্ৰতিদিনেই চলিব…

ByByMahesh Malakar Mar 19, 2026

NDA ত্যাগ কৰি নিজাববীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা UPPLৰ

NDA ত্যাগ কৰি নিজাববীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা UPPLৰ প্ৰথমখন তালিকাত ঘোষণা হ’ল ৭জনৰ নাম ১নং গোসাঁইগাঁৱত অনিন্দ বসুমতাৰীক…

ByByMahesh Malakar Mar 17, 2026

ঘোষণা হ’ল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা

ঘোষণা হ’ল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা ৮টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি…

ByByMahesh Malakar Mar 17, 2026
Scroll to Top