Image

আজি গৰু বিহু

অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি
নাপাতি কেনেকৈ থাকো

আজি গৰু বিহু। পুৱাই নৈ-জান-জুৰিত গৰুক নোৱাই ধুৱাই ন পঘাৰে বান্ধি পৰম্পৰা ৰখা কৰিছে চহা অসমীয়াই। গো ধনৰ শ্ৰী বৃদ্ধি কামনৰে পৰম্পৰা ৰখা।জুবিন গাৰ্গ বিহীন প্ৰথমটো ৰঙালী যেন একেবাৰেই উকা উৰুঙা। এইবাৰ পৰম্পৰা ৰখা কৰি অসমীয়াই পালন কৰিছে বহাগৰ বিহু। জুবিন গাৰ্গ অবিহনে উকা বিহুৰ মঞ্চ।
সংবাদ লহৰৰ ফালৰ সমূহ অসমবাসী ৰাইজলৈ হেঁপাহৰ ৰঙালী বিহু তথা অসমীয়া বৰ্ষৰ হিয়াভৰা ওলগ জনালোঁ

Releated Posts

ৰাজ্যবাসীক উৎকট গৰমে দহি থকাৰ সময়তে

ৰাজ্যবাসীক উৎকট গৰমে দহি থকাৰ সময়তে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা বৰষুণ সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ধুমুহা…

ByByMahesh Malakar May 23, 2026

মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে দেশবাসীক

মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে দেশবাসীক মূল্যবৃদ্ধিক লৈ এফালে প্ৰতিবাদ আৰু আনফালে আকৌ বৃদ্ধি পেট্ৰল ডিজেলৰ মূল্য দেশত পুনৰ…

ByByMahesh Malakar May 23, 2026

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাবুকি দি আৰক্ষীৰ জালত প্ৰাক্তন বিধায়ক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাবুকি দি আৰক্ষীৰ জালত প্ৰাক্তন বিধায়ক নিশা বাসগৃহ চাৰিওফালে আৰক্ষী ঘেৰাও কৰি কৰায়ত্ত কৰে…

ByByMahesh Malakar May 23, 2026

ঈদৰ প্ৰাকমুহূৰ্তত কোৰবাণীক লৈ বৃহৎ সিদ্ধান্ত

ঈদৰ প্ৰাকমুহূৰ্তত কোৰবাণীক লৈ বৃহৎ সিদ্ধান্ত ধুবুৰী জিলাত সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কোৰবাণী এইবাৰ ঈদত কোনেও নিধন কৰিব নোৱাৰিব…

ByByMahesh Malakar May 22, 2026
Scroll to Top