• Home
  • অসম
  • আজি ভোগালী বিহুৰ উৰুকাঃ মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ
Image

আজি ভোগালী বিহুৰ উৰুকাঃ মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ

আজি ভোগালী বিহুৰ উৰুকাঃ মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ

সমগ্ৰ ৰাজ্যতে চলিছে ভোগালীৰ বিহুৰ ব্যাপক প্ৰস্তুতি। আজি ভোগালীৰ উৰুকা। আজি উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খাবৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মাছৰ বজাৰত ভিৰ গ্ৰাহকৰ।

Releated Posts

ৰেজাউল কৰিম সৰকাৰৰ কংগ্ৰেছ দল ত্যাগ

কংগ্ৰেছত যোগদানৰ দুদিন পিছতেই আজি ৰেজাউল কৰিম সৰকাৰৰ কংগ্ৰেছ দল ত্যাগ ‘জাতিতকৈ দল বা ব্যক্তি ডাঙৰ নহয়’ কংগ্ৰেছ…

ByByMahesh Malakar Jan 14, 2026

আজি ভোগালী বিহু

আজি ভোগালী বিহু ভোগ-ৰসৰ সম্ভাৰ লৈ আহিল হেঁপাহৰ ভোগালী। আজি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু। পুহৰ অন্তত হাঁড় কঁপোৱা…

ByByMahesh Malakar Jan 14, 2026

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান নিজৰাপাৰৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল…

ByByMahesh Malakar Jan 13, 2026

কংগ্ৰেছৰ পৰা ৰেজাউল কৰিম সৰকাৰক বৰ্খাস্তৰ বাবে ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিলে আটাছুৱে

কংগ্ৰেছৰ পৰা ৰেজাউল কৰিম সৰকাৰক বৰ্খাস্তৰ বাবে ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিলে আটাছুৱে ‘কংগ্ৰেছৰ পৰা ৰেজাউল কৰিম সৰকাৰক…

ByByMahesh Malakar Jan 12, 2026
Scroll to Top