মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কুংকিৰ মাতৃৰ
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত গোচৰ কুংকিৰ মাতৃ সুজাতা গুৰুং চৌধুৰীৰ
কুংকি চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে কৰা বিৰূপ মন্তব্যৰ বাবে দাখিল এজাহাৰ
মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা অভিযোগ ভুৱা, ভিত্তিহীন আখ্যা সুজাতা গুৰুং চৌধুৰীৰ
কুংকিক ৰাজনৈতিক ভাৱে টাৰ্গেট কৰিবলৈ কুৎসা ৰচনা কৰা বুলি উল্লেখ এজাহাৰত
সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে দেখুওৱা ফটোখন গো-মাংস নহয়
বৰঞ্চ ফটো মাৰিবলৈ ব্যৱহাৰ কৰা এক সামগ্ৰীহে বুলি উল্লেখ














