• Home
  • অসম
  • বিধানসভাৰ অধ্যক্ষ নিৰপেক্ষ হ’ব লাগেঃ অখিল গগৈ
Image

বিধানসভাৰ অধ্যক্ষ নিৰপেক্ষ হ’ব লাগেঃ অখিল গগৈ

শীঘ্ৰেই অসম বিধানসভাত স্থাপন হ’ব ডিটেনশ্যন কোঠা। সদনত প্ৰশ্নোত্তৰ ঘণ্টাত হুলস্থূল কৰি অখিল গগৈ নিলম্বিত হোৱাৰ পাছতে ডিটেনশ্যন কোঠা স্থাপনৰ পোষকতা কৰিছিল মন্ত্ৰী বিমল বৰাই। আজি সদনৰ পৰা নিলম্বিত হৈ সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে ক’লে-

‘বিধান সভাৰ পৰা মোক নিলম্বন কৰিছে। ৰাজ্যত বিজেপিৰ কাৰ্য্যালয় বনাবলৈ কিমান মাটি দিয়া হৈছিল? মোৰ এই প্ৰশ্নৰ উত্তৰত ৬ পৃষ্ঠাজোৰা উত্তৰ দিছে। সদনত মোৰ প্ৰশ্ন থাকিলে পিয়ূষ হাজৰিকা আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে আগৰ প্ৰশ্ন সমূহৰ উত্তৰ দীঘলকৈ দিয়ে। অসমৰ বহুতো চৰকাৰী মাটি PGR, VGR ত বিজেপিৰ কাৰ্য্যালয় বনোৱা হৈছে। বশিষ্ঠৰ কাৰ্য্যালয় নিৰ্মাণৰ বাবে ৪ বিঘা চৰকাৰী ভূমি ল’লে বিজেপিয়ে। অসমৰ ৬ লাখ মানুহ মথাউৰিৰ ওপৰত বাস কৰে। কিন্তু বিজেপিৰ অফিচ বনাবলৈ ভূমি দান চলি আছে। বিধানসভাৰ অধ্যক্ষ নিৰপেক্ষ হ’ব লাগে। বিমল কেঁচা বুদ্ধিৰ মানুহ। সংবিধান, নিয়ম, আইন কানুনৰ বিষয়ে বিমলে নাজানে, নিলম্বণ কৰাৰ পাছতেই মন্ত্ৰী বিমল বড়াই অধ্যক্ষৰ ওচৰত আবেদন কৰিছিল। সদনৰ পৰা নিলম্বিত বিধায়কক ডিটেনশ্বন কৰি ৰাখিব লাগে। বিমল বড়াক প্ৰত্যাহ্বান অখিলগগৈৰ।মইতো ভাবো বিমলে ভাৰতীয় সংবিধানখনো ভালকৈ পঢ়া নাই

Releated Posts

আজি হোলী পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ

আজি হোলী পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ অসমতো হ’ব দৃশ্যমান গ্ৰহণ আৰম্ভ হ’ব বিয়লি ২.১৪ মিনিটৰ পৰা আংশিক গ্ৰহণ আৰম্ভ হ’ব…

ByByMahesh Malakar Mar 3, 2026

জুবিন গাৰ্গ গোচৰ আৰু শ্য়ামকানু মহন্তৰ বেংক একাউণ্ট পুনৰাই খোলাৰ নিৰ্দেশ আদালতৰ

সোমবাৰে গুৱাহাটীৰ কামৰূপ মেট্ৰ’পলিটান আদালতে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত আদালতে শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ দিলে,…

ByByMahesh Malakar Mar 3, 2026

বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ ৰাজনীতিৰ এক ডাঙৰ খবৰ

বিধানসভা নিৰ্বাচন সমাগত ।নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজনীতি ক্ষেত্ৰখনত ডাঙৰ খবৰ ।পুনৰ পুৰণি দললৈ ঘূৰি আহিবলৈ সাজু হৈছে।BTR ৰ এগৰাকী…

ByByMahesh Malakar Mar 2, 2026

মুকালমুৱাৰ হামলাকুৰত শোকাৱহ পথ দুৰ্ঘটনা

মুকালমুৱাৰ হামলাকুৰত শোকাৱহ পথ দুৰ্ঘটনা।থিতাতে নিহত দুজন,আহত এজন।দুৰ্ঘটনাগ্ৰস্থ ট্ৰাক জলাই দিলে ক্ষুদ্ধ ৰাইজে।মুকালমুৱাৰ হামলাকুৰত আজি দুপৰীয়া এক শোকাৱহ…

ByByMahesh Malakar Mar 1, 2026
Scroll to Top