• Home
  • অসম
  • মেঘালয়ৰ ডাউকীৰ হাবিৰ মাজত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ বশিষ্ঠৰ তপন দে’ৰ নিথৰ দেহ
Image

মেঘালয়ৰ ডাউকীৰ হাবিৰ মাজত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ বশিষ্ঠৰ তপন দে’ৰ নিথৰ দেহ

চুবুৰীয়া মেঘালয়ৰ ডাউকীৰ অৰণ্যৰ মাজত উদ্ধাৰ গুৱাহাটীৰ যুৱকৰ নিথৰ দেহ ৷ ডাউকীৰ অৰণ্যৰ মাজত এজোপা গছত উলোমাই থোৱা অৱস্থাত বুধবাৰে উদ্ধাৰ হয় মৃতদেহটো ৷

মৃতদেহটো বশিষ্টৰ তপন দে’ নামৰ এজন যুৱকৰ বুলি চিনাক্ত কৰিছে মেঘালয় আৰক্ষীয়ে। শনিবাৰে মেঘালয়লৈ গৈছিল তপন ৷ তপনে চলাই যোৱা বাহনখনো লগত নথকাক লৈ আৰক্ষীৰ সন্দেহ কোনো দুৰ্বৃত্তই তপনক হত্যা কৰি গছত ওলমাই থৈ যোৱাৰ লগতে লৈ যায় বাহন খন ৷

ঘটনাৰ খবৰ লাভ কৰাৰ পিছত শোকত ভাঙি পৰে তপনৰ বশিষ্টৰ পৰিয়ালবৰ্গ। ইতিমধ্যে ডাউকীলৈ ৰাওনা হয় পৰিয়ালৰ লোক। মেঘালয় আৰক্ষীয়ে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে দুৰ্বৃত্তৰ সন্ধানত আৰম্ভ কৰিছে অভিযান।

Releated Posts

বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ ৰাজনীতিৰ এক ডাঙৰ খবৰ

বিধানসভা নিৰ্বাচন সমাগত ।নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজনীতি ক্ষেত্ৰখনত ডাঙৰ খবৰ ।পুনৰ পুৰণি দললৈ ঘূৰি আহিবলৈ সাজু হৈছে।BTR ৰ এগৰাকী…

ByByMahesh Malakar Mar 2, 2026

মুকালমুৱাৰ হামলাকুৰত শোকাৱহ পথ দুৰ্ঘটনা

মুকালমুৱাৰ হামলাকুৰত শোকাৱহ পথ দুৰ্ঘটনা।থিতাতে নিহত দুজন,আহত এজন।দুৰ্ঘটনাগ্ৰস্থ ট্ৰাক জলাই দিলে ক্ষুদ্ধ ৰাইজে।মুকালমুৱাৰ হামলাকুৰত আজি দুপৰীয়া এক শোকাৱহ…

ByByMahesh Malakar Mar 1, 2026

অসমত আজিৰে পৰা আৰম্ভ বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’

ঢেকীয়াজুলিৰ পৰা ৰঙাপাৰালৈ আৰম্ভ হল ‘জন আশীৰ্বাদ যাত্ৰা’ ।অসমত অনুষ্ঠিত হ’বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক্ক্ষণত বিজেপিয়ে শোণিতপুৰ জিলাৰ…

ByByMahesh Malakar Feb 28, 2026

আজিৰে পৰা ৰাজ্যিক বিজেপিৰ জন আশীর্বাদ যাত্রা

আজিৰে পৰা ৰাজ্যিক বিজেপিৰ জন আশীর্বাদ যাত্রা। আজিৰে পৰা ৯ মার্চলৈ হ’ব এই যাত্রা। ঢেকীয়াজুলী, বৰচলা, তেজপুৰ, নদুৱাৰ,…

ByByMahesh Malakar Feb 28, 2026
Scroll to Top