• Home
  • অপৰাধনামা
  • মঙলবাৰে অনুষ্ঠিত হয় জুবিন গাৰ্গৰ হ*ত্যা*ৰ গোচৰৰ প্ৰথম শুনানি
Image

মঙলবাৰে অনুষ্ঠিত হয় জুবিন গাৰ্গৰ হ*ত্যা*ৰ গোচৰৰ প্ৰথম শুনানি

মঙলবাৰে অনুষ্ঠিত হয় জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ প্ৰথম শুনানি । ৭ অভিযুক্তক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। ইপিনে আদালতে পৰৱৰ্তী শুনানিৰ দিন অহা ২২ ডিচেম্বৰত দিন ধাৰ্য কৰে ।

ভাৰ্চুৱেল শুনানিৰ সময়ত ৭ অভিযুক্তক নিজ নিজ কাৰাগাৰত আনুষ্ঠানিকভাৱে অভিযোগনামাৰ কপি প্ৰদান কৰিছিল। আদালতে অভিযুক্তসকলৰ পৰিয়ালৰ সদস্যসকলক অভিযোগনামাৰ বিষয়বস্তু সম্পৰ্কে অৱগত কৰাটো নিশ্চিত কৰে।

Releated Posts

আজি হোলী পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ

আজি হোলী পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ অসমতো হ’ব দৃশ্যমান গ্ৰহণ আৰম্ভ হ’ব বিয়লি ২.১৪ মিনিটৰ পৰা আংশিক গ্ৰহণ আৰম্ভ হ’ব…

ByByMahesh Malakar Mar 3, 2026

জুবিন গাৰ্গ গোচৰ আৰু শ্য়ামকানু মহন্তৰ বেংক একাউণ্ট পুনৰাই খোলাৰ নিৰ্দেশ আদালতৰ

সোমবাৰে গুৱাহাটীৰ কামৰূপ মেট্ৰ’পলিটান আদালতে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত আদালতে শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ দিলে,…

ByByMahesh Malakar Mar 3, 2026

বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ ৰাজনীতিৰ এক ডাঙৰ খবৰ

বিধানসভা নিৰ্বাচন সমাগত ।নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজনীতি ক্ষেত্ৰখনত ডাঙৰ খবৰ ।পুনৰ পুৰণি দললৈ ঘূৰি আহিবলৈ সাজু হৈছে।BTR ৰ এগৰাকী…

ByByMahesh Malakar Mar 2, 2026

মুকালমুৱাৰ হামলাকুৰত শোকাৱহ পথ দুৰ্ঘটনা

মুকালমুৱাৰ হামলাকুৰত শোকাৱহ পথ দুৰ্ঘটনা।থিতাতে নিহত দুজন,আহত এজন।দুৰ্ঘটনাগ্ৰস্থ ট্ৰাক জলাই দিলে ক্ষুদ্ধ ৰাইজে।মুকালমুৱাৰ হামলাকুৰত আজি দুপৰীয়া এক শোকাৱহ…

ByByMahesh Malakar Mar 1, 2026
Scroll to Top