• Home
  • অসম
  • ভয়ংকৰ ইন্ধনৰ সংকটত ভূগিব লাগিব দেশৰ লগতে ৰাজ্যবাসীয়ে
Image

ভয়ংকৰ ইন্ধনৰ সংকটত ভূগিব লাগিব দেশৰ লগতে ৰাজ্যবাসীয়ে

ভয়ংকৰ ইন্ধনৰ সংকটত ভূগিব লাগিব দেশৰ লগতে ৰাজ্যবাসীয়ে

৫ দিনৰ খাৰুৱা তেলহে মজুত আছে দেশত

মধ্য প্ৰাচ্যৰ যুদ্ধৰ বাবে বিশ্বজুৰি ইন্ধনৰ নাটনি

সংসদত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী সুৰেশ গোপীয়ে দিলে তথ্য

দেশৰ তৈল ভাণ্ডাৰত আছে মাত্ৰ ৬৪% খাৰুৱা তেল

ভাৰতক প্ৰতিদিনে প্ৰয়োজন হয় ৫ মিলিয়ন বেৰেল খাৰুৱা তেলৰ।

২৪.৭ মিলিয়ন বেৰেল খাৰুৱা তেলহে মজুত আছে দেশত

Releated Posts

২০২৬ত বৰপেটা সমষ্টিত নাই কংগ্ৰেছ প্ৰাৰ্থী

বৰপেটা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ সৰকাৰৰ মনোনয়ন বাতিল। বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ত কৰা হ’ল শেষ শুনানি। সন্ধিয়া ভাগত…

ByByMahesh Malakar Mar 25, 2026

জুবিন গাৰ্গৰ মৃত্যুৰ চূড়ান্ত ৰায়দান দিলে আদালতে

জুবিন গাৰ্গৰ মৃত্যুৰ চূড়ান্ত ৰায়দান দিলে আদালতে জুবিন গাৰ্গৰ মৃত্যু কোনো হত্যাকাণ্ড নাছিল আকস্মিকভাৱে পানীত ডুবি মৃত্যু হৈছিল…

ByByMahesh Malakar Mar 25, 2026

কামৰূপ মহানগৰ জিলাৰ ৫ টা বিধানসভা সমষ্টিৰ বিপৰীতে মুঠ ২৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল 

কামৰূপ মহানগৰ জিলাৰ ৫ টা বিধানসভা সমষ্টিৰ বিপৰীতে মুঠ ২৬ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। ৩৭ নং…

ByByMahesh Malakar Mar 24, 2026
Scroll to Top