প্ৰতিটো পৰিয়াললৈ দুটাকৈ ফ্ৰী চিলিণ্ডাৰৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ
নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে কৰিলে এই ডাঙৰ ঘোষণা
বিহু-পূজাত ৰাজ্যৰ প্ৰতিটো পৰিয়ালে পাব দুটাকৈ ফ্ৰী চিলিণ্ডাৰ
ইয়াৰ বাবে কোনো টকা দিব নালাগে
এই দুটা চিলিণ্ডাৰৰ টকা মামাই দিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ
ৰন্ধন গেছৰ নাটনিৰ সময়ত মুখ্যমন্ত্ৰীৰ এই ঘোষণা সঁচাকৈ কাৰ্যকৰী হব নে
নে ভোটাৰ ৰাইজলৈ এয়া মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী টোপ?











