• Home
  • অসম
  • বেজৰ নাকতে খৰ! দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ চৌহদত চুৰিকাণ্ড

বেজৰ নাকতে খৰ! দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ চৌহদত চুৰিকাণ্ড

বেজৰ নাকতে খৰ! দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ চৌহদত চুৰিকাণ্ড

সকলোৱে অৱগত যে আটাইতকৈ সুৰক্ষিত স্থান হ’ল আৰক্ষী চৌহদ। শনিবাৰে নিশা দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ চৌহদত হোৱা চুৰিকাণ্ডই লজ্জানত কৰিছে সমূহ আৰক্ষী বিভাগক।

লাচিত বৰফুকন পুলিচ একাডেমীৰ অধীনত APTC চৌহদৰ নামঘৰত সংঘটিত হয় এই চুৰিকাণ্ড।

নামঘৰীয়াৰ মতে নামঘৰৰ তলা ভাঙি প্ৰৱেশ কৰে চোৰ আৰু নামঘৰত থকা দানপাত্ৰৰ পৰা চুৰি কৰি নিয়ে সমস্ত টকা।

এই ঘটনাই শংকিত কৰিছে অঞ্চলবাসী ৰাইজক। যিহেতু আৰক্ষী চৌহদেই যদি সুৰক্ষিত নহয় তেতিয়াহ’লে সাধাৰণ ৰাইজৰ কি হ’ব?

Releated Posts

NDA ত্যাগ কৰি নিজাববীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা UPPLৰ

NDA ত্যাগ কৰি নিজাববীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা UPPLৰ প্ৰথমখন তালিকাত ঘোষণা হ’ল ৭জনৰ নাম ১নং গোসাঁইগাঁৱত অনিন্দ বসুমতাৰীক…

ByByMahesh Malakar Mar 17, 2026

ঘোষণা হ’ল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা

ঘোষণা হ’ল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা ৮টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি…

ByByMahesh Malakar Mar 17, 2026

সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত চৰকাৰে অনুমোদন জনোৱা জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়া

সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত চৰকাৰে অনুমোদন জনোৱা জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়া। প্ৰাঞ্জল শইকীয়া, বিৰেণ সিংহ, সুদৰ্শন ঠাকুৰ,…

ByByMahesh Malakar Mar 17, 2026

আজিৰে পৰা নাথাকিব মন্ত্ৰী বিধায়কৰ কোনো ক্ষমতা

আজিৰে পৰা নাথাকিব মন্ত্ৰী বিধায়কৰ কোনো ক্ষমতা অসমত আজিৰে পৰা বলৱৎ হ’ব নিৰ্বাচনী আচৰণ বিধি নিয়ম উলংঘা কৰিলেই…

ByByMahesh Malakar Mar 16, 2026
Scroll to Top