গোৱালপাৰাত অব্যাহত হস্তী-মানুহৰ সংঘাত, বন্যহস্তীৰ আক্রমণত এজন নিহত
গোৱালপাৰা: গোৱালপাৰা জিলাৰ মৰনৈৰ লালাবৰী গাঁৱত বন্যহস্তীৰ আক্রমণত এজন ব্যক্তি নিহত হৈছে। নিহত ব্যক্তিজনৰ নাম মন্টু ৰাভা, যি লালাবৰী গাঁৱৰ বাসিন্দা আছিল। ঘটনাটো নিশা ঘটে, যেতিয়া খাদ্যৰ সন্ধানত দুটা বনৰীয়া হাতী গাঁৱলৈ সোমায়। হঠাতে হাতী দুটা মন্টু ৰাভাৰ ঘৰৰ ওচৰ পালেগৈ। এই সময়তে পলায়ন কৰোঁতে বন্যহস্তীয়ে তেওঁক আক্ৰমণ কৰে, যাৰ ফলত তেওঁৰ মৃত্যু হয়। স্থানীয় … Read more