আপুনি ফ্লেট ক্ৰয়ৰ চিন্তা কৰিছে নেকি?ফ্লেট ক্ৰয় কৰোঁতে সাৱধান!
আপুনি ফ্লেট ক্ৰয়ৰ চিন্তা কৰিছে নেকি? ফ্লেট ক্ৰয় কৰোঁতে সাৱধান হওক! আপুনি ফ্লেট ক্ৰয় কৰোঁতে এশবাৰ ভাৱক! আপোনাৰ আমানতৰ ধন গ্ৰাস কৰিব পাৰে বিল্ডাৰে। বঙাইগাঁও জিলাৰ কিষাণ বজাৰত সংঘটিত হৈছে এক ফ্লেট কেলেংকাৰীৰ ঘটনা। গ্ৰাহকৰ পৰা অগ্ৰিম ধন গ্ৰহণ কৰিও অৱশেষত অস্বীকাৰ আৱাস গৃহৰ কৰ্তৃপক্ষৰ। গ্ৰাহকৰ পৰা গ্ৰহণ কৰা টকা ৰিচিটৰ সৈতে কোটি কোটি টকা … Read more