তামুলপুৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অদ্ভূত কাণ্ড । বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত বৃহত্তৰ খন্দিকৰ অঞ্চল ।
ৰাজ্য তথা বিটিএডি চৰকাৰে গাঁৱে – গাঁৱে খোৱা পানী যোগান ধৰাৰ নামত জে জে এম আঁচনিৰ জৰিয়তে কোটি কোটি টকা ব্যয় কৰাৰ সময়তে একাংশ দুৰ্নীতি পৰায়ণ বিষয়া তথা কৰ্মচাৰীৰ বাবে সম্পূৰ্ণ আঁচনিখন প্ৰহসনত পৰিণত হৈছে । শেহতীয়াভাৱে বিটিআৰ চৰকাৰৰ অধীনৰ তামুলপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত খন্দিকৰ বাৰিবন্দা পানী যোগান আঁচনিৰ কেন্দ্ৰত সংঘটিত হোৱা এক ঘটনাই … Read more