এইবাৰ চিকিৎসালয়ত চোৰৰ চাফাই অভিযান । ক’ত সংঘটিত হৈছে এই ঘটনা ? সবিশেষ জানিবলৈ লিংকটোত ক্লিক কৰক ।

উত্তৰ গুৱাহাটীত চোৰৰ ধাৰাবাহিক অভিযান । এইবাৰ ফুলুং উপস্বাস্থ্য কেন্দ্ৰত চোৰে চলালে লুটপাত । চিকিৎসালয়ৰ টিনপাত খুলি চোৰে লৈ গ’ল ৰোগীৰ পৰীক্ষা কৰা মেচিন । বহু মূল্যৱান সা-সামগ্ৰী নষ্ট কৰিলে চোৰে । চিকিৎসালয়ত সংলগ্ন চি চি টি ভি কেমেৰাত বন্দী চুৰি কৰাৰ সমগ্ৰ দৃশ্য । ইতিমধ্যে স্বাস্থ্য কেন্দ্ৰটিত কেইবাবাৰো চোৰে চলাই আহিছে লুটপাত । চোৰৰ … Read more

মাজদিয়াত চুৰিগৰুসহ তিনি গৰু চোৰক আটক । জব্দ গৰু চুৰিত ব্যৱহৃত বাহন, পালচাৰ বাইক ।

বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত মাজদিয়াত মংগলবাৰে নিশা ৰাইজৰ সহযোগত আৰক্ষীয়ে তিনিটাকৈ গৰু চোৰক আটক কৰিবলৈ সক্ষম হয় । মাজদিয়া গাঁৱৰ ৩ নং সজাগতা ও সুৰক্ষা কমিটিৰ নৈশ পহৰাত আৰু মাজদিয়া আৰক্ষীৰ নৈশ তহলত আটক হয় তিনিটা গৰু চোৰ । ধৃত গৰু চোৰ তিনিটা নলবাৰী জিলাৰ সুৰাদী গাঁৱৰ ক্ৰমে আৰিফুল আলী, আমচেৰ আলী আৰু মহিদুল … Read more

১৬ বছৰীয়া চোৰক আটক ৰাইজৰ । হাতে-লোটে ধৰা পৰাত চোৰক ৰাইজে গতালে আৰক্ষীক ।

আমিনগাঁৱত দোকানীক জ্বলাকলা দেখুওৱা এটা পোৱালী চোৰক আটক ৰাইজৰ ।আমিনগাঁও আই চি ডিৰ দোকান সম্পূৰ্ণৰূপে খালী কৰি অহা পোৱালী চোৰটো ৰাইজৰ হাতত ধৰা পৰে ।১৬ বছৰীয়া পোৱালী চোৰটোক ৰাইজে গতাই দিয়ে আৰক্ষীক ।চোৰটোৱে নাম লৈছে দুই সহযোগী চোৰৰ ।মঞ্জয় আৰু ৰাহুল দাস নামৰ ব্যক্তিৰ সহযোগত পোৱালী চোৰটোৱে দৈনিক চুৰি কৰিছিল তিনি-চাৰিখন দোকানত ।দৰ্জা ভাঙি অথবা … Read more