সেৱা ভাৰতী পূৰ্বাঞ্চলৰ উদ্যোগত গুৱাহাটীস্থিত উদিত লক্ষ্মী বিবাহ ভৱনত যোগ শিক্ষক সন্মিলন-২০২৪ আয়োজন ।
সেৱা ভাৰতী পূৰ্বাঞ্চলৰ উদ্যোগত আৰু যোগ বিদ্যা গুৰুকুল নাচিকৰ সহযোগত উত্তৰ গুৱাহাটীস্থিত উদিত লক্ষ্মী বিবাহ ভৱনত যোগ শিক্ষক সন্মিলন-২০২৪ আয়োজন কৰা হয় । প্ৰান্ত যোগ প্ৰমুখ অৰূপ জ্যোতি দাসে আঁতধৰা অনুষ্ঠানটি বন্তি প্রজ্জ্বলনেৰে শুভাৰম্ভ কৰে জেষ্ঠ্য প্ৰচাৰক ভাস্কৰ কুলকাৰ্ণিয়ে । উদ্বোধনী ভাষণ প্ৰদান কৰে সেৱা ভাৰতী পূৰ্বাঞ্চলৰ ক্ষেত্ৰ সংগঠন মন্ত্ৰী সুৰেন্দ্ৰ তালখেড়কৰজীয়ে । অনুষ্ঠানত উপস্থিত … Read more