লংকাৰ নখুটীত গুলীচালনা । বনকৰ্মীৰ গুলীত আহত এগৰাকী মহিলা।

আহত মহিলাগৰাকীৰ নাম খুদেজা খাতুন বুলি জানিব পৰা গৈছে । দুপৰীয়া নখুটী দেবেন গাঁৱত লামডিং বনাঞ্চলত খৰি বিছাৰি গৈছিল আঠগৰাকী মহিলাই । মহিলাকেইগৰাকীয়ে খৰি বিছাৰি থকাৰ সময়তে নখুটী বন কাৰ্যালয়ৰ চাৰিগৰাকী নিয়মীয়া তহলদাৰীবনকৰ্মীৰ দলে মহিলাকেইগৰাকীলৈ লক্ষ্য কৰি গুলীচালনা কৰে । বনকৰ্মীৰ গুলীত খুদেজা খাতুন নামৰ মহিলাগৰাকীৰ মুৰত, পিঠিত তিনিটাকৈ গুলী লাগে। ইয়াৰ পাছতেই খুদেজা খাতুনক … Read more