গুৱাহাটী পৌৰ নিগমৰ অভিযানত জব্দ ৭৭ টা বস্তাত নিষিদ্ধ প্লাষ্টিক ।
নিশা গুৱাহাটী পৌৰ নিগমৰ অভিযান ।অভিযান কালত জব্দ ৭৭ টা বস্তাত নিষিদ্ধ প্লাষ্টিক ।নিষিদ্ধ প্লাষ্টিকৰ বিৰুদ্ধে মহানগৰীৰ বিভিন্ন প্ৰান্তত পৌৰ নিগমৰ অভিযান ৷বেহাৰবাৰীৰ বৰা কমপ্লেক্সৰ নীলকন্ঠ ট্ৰেন্সপৰ্ট প্ৰতিষ্ঠানত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ প্লাষ্টিক ৷নিষিদ্ধ প্লাষ্টিক মজুত কৰি ৰাখিছিল প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী পংকজ দাসে ৷পৌৰ নিগমৰ অভিযানৰ খবৰ পাই পলাতক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী পংকজ দাস ৷গুৱাহাটী পৌৰ নিগমে … Read more