মাৰ্ঘেৰিটাত ৰেল লাইনৰ দুয়োপাৰে বিপদ সংকুলভাৱে এখন দৈনিক বজাৰ। সবিশেষ জানিবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক ।
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ সমজিলাৰ আটাইতকৈ পুৰণি বজাৰখনেই হৈছে মাৰ্ঘেৰিটা সাপ্তাহিক বজাৰ।সপ্তাহৰ প্ৰতি দেওবাৰে বজাৰখন বহিছিল যদিও বৰ্তমান বজাৰখন দৈনিক বজাৰলৈ পৰিণত হৈছে।আটাইতকৈ আচৰিত কথাটো হৈছে মাৰ্ঘেৰিটাৰ আটাইতকৈ পুৰণি বজাৰখন আজিও বিপদসংকুলভাৱেৰেল লাইনৰ দুয়ো পাৰেই সংস্থাপিত হৈ আছে । ফলত যিকোনো মূহুৰ্ততে ভয়ংকৰ দুৰ্ঘটনা যে সংঘটিতহ’ব সেইটো এক প্ৰকাৰৰ নিশ্চিত। বজাৰখন চলি থকা অৱস্থাতে পুৱাৰে পৰা … Read more