মাণিকপুৰত বঙাইগাঁও জিলা মাধ্যমিক আৰু কৰ্মচাৰী সন্থাৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন ।

বঙাইগাঁও জিলাৰ মাণিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বঙাইগাঁও জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ চতুৰ্দশ দ্বি-বাৰ্ষিক অধিৱেশন এদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে সম্পন্ন হয় । পুৱা ৯ বজাত পতাকা উত্তোলনেৰে অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হয় । সন্থাৰ কেন্দ্ৰীয় সম্পাদক গোবিন্দ কলিতাই চৰকাৰে গ্ৰহণ কৰা কিছুমান আঁচনিৰ কথা উল্লেখ কৰি কয় যে, “শিক্ষক সকলক চৰকাৰে নাকি লগাব লাগে” এই কথাত … Read more