মানকাচাৰত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যৰ সৈতে সৰবৰাহকাৰীক আটক ।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ নিউমাৰকেটত মানকাচৰ আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । এক গোপন সূত্ৰৰ পম খেদি মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত চলা এক অভিযানত মানকাচৰ বেপাৰীপাৰা গাঁৱৰ আতাবুৰ ৰহমানৰ পুত্ৰ নুৰ আলমৰ পৰা ৩৩৬ টা Spshen+কেপছুল আৰু Sampex plus নামৰ টেবলেট ৮০ টাৰ লগতে নগদ ২৮০০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম … Read more