মাটি অধিগ্ৰহণক লৈ উত্তৰ গুৱাহাটী ৰংমহলত উত্তপ্ত পৰিস্থিতি ।

গুৱাহাটী হাইকোৰ্টৰ মাটি অধিগ্ৰহণক লৈ উত্তৰ গুৱাহাটী ৰংমহলত উত্তপ্ত পৰিস্থিতি । কামৰূপ জিলাৰ আয়ুক্ত,অতিৰিক্ত আয়ুক্তকে ধৰি আৰক্ষীৰ বৃহৎ দল উপস্থিত ৰংমহলত । আৰক্ষীৰে তৰ্ক-বিতৰ্কত লিপ্ত ভূমিৰ গৰাকী । কোনো কাৰণতে হাইকোৰ্টৰ বাবে ভূমি এৰি নিদিয়াৰ হুংকাৰ । দুজনকৈ ভূমিৰ গৰাকীক আটক উত্তৰ গুৱাহাটী আৰক্ষীৰ । উল্লেখ্য যে, গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী ৰংমহল গাঁৱলৈ হাইকোৰ্ট স্থানান্তৰ … Read more