উত্তৰ-পূব ভাৰতৰ প্ৰথম আৰু একমাত্ৰ কিডনী চিকিৎসালয় ইনষ্টিটিউট অব্ ইউৰ’লজি এণ্ড কিডনী ডিজিজেছত সফলতাৰে সম্পন্ন ২৫১ সংখ্যক কিডনী, ইউৰেটাৰ, ব্লাডাৰ তথা প্ৰ’ষ্টেট কেঞ্চাৰ ছাৰ্জাৰী । কিডনী, মূত্ৰনলী, মূত্ৰথলী আৰু প্ৰ’ষ্টেট কেঞ্চাৰৰ নিশ্চিত আৰু সুৰক্ষিত চিকিৎসাৰ বাবে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে কৰ্তৃপক্ষই ।

অসমী আইৰ সুযোগ্য সন্তান, ভাৰতৰ লেজাৰমেনখ্যাত মানৱদৰদী ডাঃ অৰূপ কুমাৰ নাথৰ নেতৃত্বত প্ৰতিষ্ঠানৰ বিশিষ্ট চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ দলে বিশ্বমানৰ অতি উন্নত প্ৰযুক্তি আৰু টেকন’লজিৰ সহায়ত এতিয়ালৈকে ২৫১ টাতকৈও অধিক কিডনী, মূত্ৰনলী, মূত্ৰথলী আৰু প্ৰ’ষ্টেট কেঞ্চাৰৰ লেপাৰ’স্ক’পিক অপাৰেশ্যন সফলতাৰে সম্পন্ন কৰিছে । এইসকলৰ মাজত দেশৰ বিভিন্ন উচ্চমানৰ চিকিৎসালয়ত ইউৰ’লজিৰ মাৰাত্মক কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ বাবে গৈ আশানুৰূপ … Read more