বিদ্যালয়লৈ নিম্নমানদণ্ডৰ সামগ্ৰী যোগান যোৰহাটৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ ৷ সৰৱ নদুৱাৰৰ বিদ্যালয়ৰ কৰ্তৃপক্ষ ৷ উচিত তদন্তৰ দাবী জনাইছে বিদ্যালয়খনৰ কৰ্তৃপক্ষই ।
চৰকাৰী শিক্ষাখণ্ডৰ আমোল পৰিৱৰ্তনৰ উদ্দেশ্যেৰে চৰকাৰে ন, ন আঁচনি ৰূপায়ণ কৰি আহিছে যদিও শেহতীয়াকৈ কিছুমান কৰ্মকাণ্ডই সচেতন মহলৰ চকু কপালত তুলিছে ৷ কিছুদিন পূৰ্বে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে শোণিতপুৰ জিলাৰ নদুৱাৰ সমষ্টিৰ একাংশ বিদ্যালয়ত সংলগ্ন লাইব্ৰেৰীসমূহলৈ যোগান ধৰা হয় চকী-মেজকে ধৰি বিভিন্ন ব্যৱহৃত সামগ্ৰী তথা ফাৰ্নিচাৰ ৷ ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ সুবিধাৰ্থে যোগান ধৰা এই ব্যৱহৃত আচবাৱ … Read more